অসম

মহানগৰীত চাঞ্চল্য! মাজপথতেই মহিলাক আক্ৰমণ দুৰ্বৃত্তৰ

Asomiya Pratidin
  • মহানগৰীত পুনৰ মহিলা আক্ৰমণৰ ঘটনা।

  • দেওবাৰে উলুবাৰীত সংঘটিত হৈছে এই ঘটনা।

  • মহিলাগৰাকী পৰা দুৰ্বৃত্তই লৈ যায় মোবাইল আৰু টকা।

  • পদপথত ৰৈ থকা অৱস্থাতে অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ বলি মহিলা গৰাকী।

  • মহিলাগৰাকীৰ অৱস্থা গুৰুতৰ।

  • ঘটনাস্থলীত উপস্থিত পল্টনবজাৰ আৰক্ষী।

  • ইতিমধ্যে মহিলা চিকিৎসা বাবে প্ৰেৰণ কৰিছে GMCH লৈ।