অসম

কাজিৰঙাৰ পৰা মহিলা নিৰুদ্দেশ

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ কঁহৰা চন্দ্ৰসিং ৰংপি গাঁৱৰ পৰা নিৰুদ্দেশ মহিলা।নিৰুদ্দেশ হোৱা মহিলাগৰাকী মামনি টেৰংপি।

বিগত জুলাই মাহৰ পৰা সন্ধানহীন হৈ আছে মহিলাগৰাকী।এই বিষয়ে কঁহৰা আৰু ডলামৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে যদিও আজিলৈ মহিলগৰাকীৰ কোনো সম্ভেদ লাভ কৰা নাই ।

কোনো ব্যক্তিয়ে মহিলাগৰাকীৰ সম্ভেদ পালে ৮৬৩৮২৬৪৯৮৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।