সোণাৰীত ৰে'লৰ খুন্দাত যুৱক নিহত... 
অসম

সোণাৰীত ৰে'লৰ খুন্দাত যুৱক নিহত...

Asomiya Pratidin
  • ভোগালীৰ আনন্দৰ মাজতে আন এক শোকাৱহ ঘটনা।

  • সোণাৰিত ৰে'লৰ প্ৰাণ গ'ল যুৱকৰ।

  • কামৰূপ এক্সপ্রেছৰ খুন্দাত নিহত হয় যুৱকজন।

  • নিহত যুৱকজনৰ নাম সুনীল ভূঞা।

  • আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ।