- বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য।
- প্ৰতিটো ৰাজসাহায্যবিহীন ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ১৩.৫০ টকাকৈ।
- ৰাজধানী দিল্লীত এতিয়া ৰাজসাহায্যবিহীন এলপিজি চিলিণ্ডাৰৰ দাম ৬৯৫ টকা হ'ব।
- কলকাতাত সৰ্বাধিক ১৯.৫০ টকা প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পাইছে।
- চেন্নাইতো প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৮টকা বৃদ্ধি পাইছে।
- ইণ্ডিয়ান অইল কৰ্প'ৰেচনৰ অফিচিয়েল বেৱছাইটত প্ৰকাশ কৰা হৈছে এই তথ্য।