গুৱাহাটী

গড়চুক আৰক্ষীৰ অভিযানত জব্দ ২১ কেজি গাঞ্জা

Asomiya Pratidin
  • নিশা লখৰাৰ পল্টনবজাৰ সংযোগী পথত গড়চুক আৰক্ষীৰ অভিযান

  • অভিযানত জব্দ প্রায় ২১ কেজি গাঞ্জা

  • এখন এল্ট’ বাহনত চলোৱা তালাচীত উদ্ধাৰ গাঞ্জাখিনি

  • গ্রেপ্তাৰ মনোজ বড়ো নামৰ সৰবৰাহকাৰীটোক।