গুৱাহাটী

মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জনকৈ লোক...

Asomiya Pratidin
  • মহানগৰীত ক’কেইনসহ ৩জনক গ্রেপ্তাৰ।

  • নাৰ্কটিকছ বিভাগৰ জালত ডি.জে(DJ)সহ ৩জনলোক।

  • ধৃত এজন ডি.জে ডীন।

  • আন জনৰ নাম বেদান্ত বুলি জানিব পৰা গৈছে।

  • ইয়াৰ উপৰি নাৰ্কটিকছ বিভাগে গ্রেপ্তাৰ কৰিছে এগৰাকী মহিলাকো।