গুৱাহাটী

বিশাল- চুমি ট্ৰেডিং গোচৰত অবয়ৱ ভূঞাক চি আই ডিৰ তলব

Asomiya Pratidin
  • চি আই ডিয়ে জেৰা কৰিব অবয়ৱ ভূঞাক।

  • বিশাল- চুমিৰ ট্ৰেডিঙৰ গোচৰত সোধা-পোছা কৰিব যুৱ পডকাষ্টাৰজনক।

  • চমন দি ডিব্ৰুগড়লৈ মাতিছে অবয়ৱক।

  • ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ সন্তান অবয়ৱ ভূঞা।

  • এই সোধা-পোছাত চুমি বৰাৰে হোৱা পডকাষ্টৰ সন্দৰ্ভত সবিশেষ জানিব বিচাৰিব চি আই ডিৰ তদন্তকাৰী বিষয়াই।