dangor khabar  
গুৱাহাটী

বাইকৰ ওপৰত উভালি পৰিল গছঃ এজন আহত, বন্ধ VIP পথৰ যাতায়ত...

Asomiya Pratidin
  • মহানগৰীৰ VIP মেগজিন পথত ভয়ংকৰ অঘটন।

  • চলন্ত বাইকৰ ওপৰত পৰিল এডাল প্রকাণ্ড গছ।

  • নেৰানেপেৰা বৰষুণ-বতাহত উভালি পৰে ৰাজপথৰ কাষৰ এডাল শুকান গছ।

  • গুৰুতৰভাৱে আহত বাইক আৰোহী।

  • বাইক আৰোহীজনক চিকিৎ‍সালয়লৈ প্রেৰণ।

  • গছডাল বাগৰি পৰা ফলত বন্ধ হৈ পৰে যাতায়াত ব্যৱস্থা