গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহ... 
গুৱাহাটী

নিশা মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা

Asomiya Pratidin
  • বুধবাৰে নিশা গণেশগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • তীব্রবেগী বিলাসী বাহনে মহটিয়াই নিলে বাইক আৰোহীক।

  • বাহনখনত অহা ৪ যুৱক সুৰাসক্ত অৱস্থাত থকাৰ অভিযোগ।

  • বাহনখনে ক্ষতিসাধন কৰে পদ সেতুৰ কেইবাটাও অংশ।

  • স্থানীয় লোকে বাহনখনৰ পৰা উদ্ধাৰ কৰিছে সুৰাৰ বটল।

  • সংকটজনক অৱস্থাত বাইক আৰোহী আৰু ৪ যুৱকক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি।