'মোহন' হিচাপে খ্যাত অভিনেতা দীপ জ্যোতি কেওঁট হৃদৰোগত আক্ৰান্ত.... 
গুৱাহাটী

'মোহন' হিচাপে খ্যাত অভিনেতা দীপ জ্যোতি কেওঁট হৃদৰোগত আক্ৰান্ত....

Asomiya Pratidin
  • জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁটগুৰুতৰভাৱে অসুস্থ।

  • হৃদৰোগত আক্ৰান্ত হৈছে অভিনেতাগৰাকী।

  • 'বেহাৰবাৰী আউট পোষ্ট' ধাৰাবাহিকত 'মোহন' চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা অভিনেতাগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

  • জানিব পৰা মতে চিকিৎসকে অভিনেতাগৰাকীক অস্ত্ৰোপচাৰ কৰিছে।

  • হেল্থচিটি হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মায়ংক আগৰৱালাৰ নেতৃত্বত চিকিৎসকৰ এটা দলে কৰিছে এই অস্ত্ৰোপচাৰ।

  • অভিনেতাগৰাকীক অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে চিন্তিত হৈ পৰিছে অনুৰাগীসকল।