আজি দুই পুনৰ এ পি এছ বিষয়াক জেৰা চলাব এছ আই টিয়ে... 
গুৱাহাটী

আজি দুই পুনৰ এ পি এছ বিষয়াক জেৰা চলাব এছ আই টিয়ে...

Asomiya Pratidin
  • আজি পুনৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ'ব দুজনকৈ এপিএছ বিষয়া।

  • বিশেষ তদন্তকাৰী গোটে দুয়োকে চলাব জেৰা।

  • বিষয়া দুগৰাকী ক্ৰমে এ পি এছ কুলপ্ৰদীপ ভট্টাচাৰ্য আৰু বিচিত্ৰ গোপাল নাথ।

  • দুয়োৰে বিৰুদ্ধে আছে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ।

  • ৰাকেশ পালৰ কাৰ্যকালত এই দুয়ো বিষয়াই পাইছিল চাকৰি।

  • এ পি এছ চি কেলেংকাৰীৰ ৩৪ জনীয়া তালিকাতো আছে এই দুই বিষয়াৰ নাই।