পুনৰ দুই এ পি এছ বিষয়ালৈ এছ আই টিৰ জাননী... 
গুৱাহাটী

পুনৰ দুই এ পি এছ বিষয়ালৈ এছ আই টিৰ জাননী...

Asomiya Pratidin
  • এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত পুনৰ দুই ৰাজপত্ৰিত বিষয়ালৈ এছ আ টিৰ জাননী।

  • এ পি এছ নিতুমণি দাস আৰু ঋতুৰাজ দলেলৈ এছ আই টিৰ জাননী।

  • বৃহস্পতিবাৰে দুয়ো এ পি এছ বিষয়া হাজিৰ হ'ব লাগিব এছ আই টিৰ সন্মুখত।

  • চি আই ডি কাৰ্যালয়ত বিশেষ তদন্তকাৰী গোটে কৰিব সোধপোছ।

  • দুয়োগৰাকীৰ বিৰুদ্ধে আছে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ।