গুৱাহাটী

ফ্রেণ্ডশ্বিপ ইণ্টাৰনেচনেল কাৰ ৰেলীৰ ফ্লেগঅফ কৰিলে মন্ত্রী পীযূষ হাজৰীকাই

Asomiya Pratidin
  • নেহৰু ষ্টেডিয়ামৰ পৰা বি আই বি এন ফ্রেণ্ডশ্বিপ ইণ্টাৰনেচনেল কাৰ ৰেলী।

  • এই কাৰ ৰেলীৰ ফ্লেগঅফ কৰে মন্ত্রী পীযূষ হাজৰীকাই।

  • অংশ লয় বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ড০ ৰুহুল আমিনে।

  • এই কাৰ ৰেলীয়ে ভ্রমণ কৰিব কেইবাখনো ৰাষ্ট্র।