গুৱাহাটী

নুনমাটিত অস্ত্র-শস্ত্রসহ গ্রেপ্তাৰ যুৱক

Asomiya Pratidin
  • নুনমাটিত অস্ত্র-শস্ত্রসহ গ্রেপ্তাৰ যুৱক।

  • গ্রেপ্তাৰ কৰা যুৱকজনৰ ঘৰ নেপালত।

  • ৯ বছৰ পূৰ্বে ডিমাপুৰলৈ আহিছিল ধৃত জন কন্যাক।

  • ২২ এপ্রিলত ডিমাপুৰৰ পৰা গুৱাহাটীলৈ আহিছিল ধৃত যুৱকজন।

  • নাগালেণ্ডৰ পৰা পিষ্টলটো বিক্রীৰ বাবে আহিছিল গুৱাহাটীলৈ।

  • যুৱকজনৰ পৰা .২২ পিষ্টলসহ ২১জাঁই সক্রিয় গুলী জব্দ।

  • ডিমাপুৰৰ পৰা আহি নুনমাটিৰ এটা ভাৰাঘৰত আছিল জন কন্যাক।