ভোগালীৰ উচাহৰ মাজতেই বশিষ্ঠত সুৰাৰ ৰাগীত সতীৰ্থই আক্ৰমণ কৰিলে সতীৰ্থক... 
গুৱাহাটী

ভোগালীৰ উচাহৰ মাজতেই বশিষ্ঠত সুৰাৰ ৰাগীত সতীৰ্থই আক্ৰমণ কৰিলে সতীৰ্থক...

Asomiya Pratidin
  • ভোগালীৰ উচাহৰ মাজতেই বশিষ্ঠত উত্তপ্ত পৰিস্থিতি।

  • চোকা অস্ত্রৰে আক্রমণ কৰিলে সতীৰ্থক।

  • পংকজ চক্রৱৰ্তী নামৰ এজনক গুৰুলা গুৰুলকৈ প্রহাৰ।

  • অৰবিন্দ সিং আৰু কৰণ মাহাটোৰ বিৰুদ্ধে এই আক্রমণৰ অভিযোগ।

  • মুখ, পেট আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় পংকজ চক্ৰৱৰ্তী।

  • সুৰাপানৰ ফলতেই কাজিয়াৰ সৃষ্টি হোৱাৰ অভিযোগ।

  • ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।