গুৱাহাটী

গুৱাহাটীৰ ৰুক্মিণী গাঁৱত চুৰিকাণ্ড...

Asomiya Pratidin
  • মহানগৰীৰ ৰুক্মিণী গাঁৱৰ এছ কে বৰুৱা পথত চুৰিকাণ্ড

  • ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাত

  •  পি কে শৰ্মা নামৰ লোকজনৰ ঘৰত সংঘটিত এই ঘটনা

  • ঘৰৰ সকলো সামগ্রী লণ্ডভণ্ড কৰি থৈ যায় চোৰে

  • ঘটনা সন্দৰ্ভত গৃহস্থই দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ

  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু CID–এ আৰম্ভ কৰিছে তদন্ত