গুৱাহাটী

পুনৰ আৰক্ষীৰ এনকাউণ্টাৰঃ গুলীবিদ্ধ চিলনী চোৰ

Asomiya Pratidin
  • মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ।

  • চন্দ্রপুৰত আৰক্ষীৰ গুলীত আহত চিলনী চোৰ।

  • চিলনী চোৰটোৰ নাম অৰ্জুন সাহা।

  • মহিলাৰ চেইন টানি চুৰি কৰিছিল অৰ্জুন সাহাই।

  • বাঁও ভৰিত গুলী লাগিছে অৰ্জুনৰ।

  • অৰ্জুন সাহাক ইতিমধ্যেই ভৰ্তি কৰোৱা হৈছে জি এম ছি এইছত।