গুৱাহাটী

মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin
  • মহানগৰীৰ আঠগাঁৱত মৃতদেহ উদ্ধাৰ।

  • আঠগাঁৱৰ কেডাৰ ৰোডৰ বাইলেন নং ৩ত উদ্ধাৰ মৃতদেহটো।

  • বাথৰুমত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহ।

  • মৃতদেহটো বিহাৰৰ অৰুণ কুমাৰ জয়ছোৱাল নামৰ লোকজনৰ।

  • কৰ্মসূত্রে গুৱাহাটীত পুত্র বিনয় কুমাৰ জয়ছোৱালৰ সৈতে ভাড়াঘৰত আছিল।

  • পাইকাৰী এখন চকলেট দোকানত কৰ্মৰত আছিল মৃত অৰুণ কুমাৰ।

  • বৰ্তমানেও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্র ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।