গুৱাহাটী

গুৱাহাটী ক্লাৱৰ ৰাজপথত উদ্ধাৰ মৃতদেহ

Asomiya Pratidin
  • গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা

  • গুৱাহাটী ক্লাৱৰ ৰাজপথত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

  • জাবৰৰ দমত পেলাই থোৱা আছিল মৃতদেহটো

  • পথাচাৰিয়ে দেখি খবৰ দিয়ে লতাশিল আৰক্ষীক

  • ইতিমধ্যে মৰ্গলৈ প্ৰেৰণ মৃতদেহটো

  • কাৰ মৃতদেহ, হত্যা নে কি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে