গুৱাহাটী

নুনমাটিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

·      গুৱাহাটীৰ নুনমাটিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

·      নুনমাটিৰ নেপালী চ’কৰ নলাত উদ্ধাৰ মৃতদেহটো

·      হত্যাকাণ্ড অথবা অত্যাধিক সুৰাপানত মৃত্যুৰ সন্দেহ

·      ঘটনাস্থলীত উপস্থিত নুনমাটি আৰক্ষী