চন্দ্ৰপুৰত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহঃ ৰাজধানী এক্সপ্ৰেছে খুন্দিওৱাৰ সন্দেহ... 
গুৱাহাটী

চন্দ্ৰপুৰত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহঃ ৰাজধানী এক্সপ্ৰেছে খুন্দিওৱাৰ সন্দেহ...

Asomiya Pratidin
  • পুনৰ চন্দ্রপুৰত উদ্ধাৰ হৈছে মৃতদেহ।

  • চন্দ্ৰপুৰৰ ৰে’ল পথত উদ্ধাৰ হৈছে এগৰাকী যুৱকৰ মৃতদেহ।

  • ঠাকুৰকুচি ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো।

  • এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই মৃতদেহটো।

  • ৰাজধানী এক্সপ্রেছৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ।