গুৱাহাটীৰ নলাত পৰি মাছ ব্যৱসায়ীৰ মৃত্যুঃ সৃষ্টি হৈছে ৰহস্য... 
গুৱাহাটী

গুৱাহাটীৰ নলাত পৰি মাছ ব্যৱসায়ীৰ মৃত্যুঃ সৃষ্টি হৈছে ৰহস্য...

Asomiya Pratidin
  • পুনৰ গুৱাহাটী মহানগৰীত মৃতদেহ উদ্ধাৰ।

  • এটা নলাৰ পৰা উদ্ধাৰ কৰা হৈছে এই মৃতদেহটো।

  • হাতীগাঁৱৰ লখিমীনগৰ তিনিআলিত সংঘটিত হৈছে এই ঘটনা।

  • উদ্ধাৰ হোৱা মৃতদেহটো নৰেন চৌধুৰীৰ বুলি চিনাক্ত।

  • নৰেন চৌধুৰী এজন মাছৰ ব্যৱসায়ী।

  • এটা উন্মুক্ত নলাত পৰি এইদৰে মৃত্যুক সাৱটিলে নৰেন চৌধুৰীয়ে।