পুনৰ গুৱাহাটীত উদ্ধাৰ মৃতদেহ... 
গুৱাহাটী

পুনৰ গুৱাহাটীত উদ্ধাৰ মৃতদেহ...

Asomiya Pratidin
  • পুনৰ গুৱাহাটীত উদ্ধাৰ হৈছে এটা মৃতদেহ।

  • এইবাৰ মৃতদেহ উদ্ধাৰ হ'ল মালিগাঁৱৰ ৰে'লগেট বজাৰত।

  • মৃতদেহটো পদপথত বাস কৰা এজন লোকৰ বুলি চিনাক্ত।

  • অৱশ্যে লোকজনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই।

  • কিয় আৰু কেনেকৈ এই লোকজনৰ মৃত্যু হ'ল সেই বিষয়েও কোনো তথ্য এই পৰ্যন্ত লাভ কৰা নাই।