গুৱাহাটী

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ‘ব পাৰে চিকিৎসক দম্পতী সংগীতা দত্ত-ৱালিউল ইছলাম

Asomiya Pratidin
  • চিকিৎসক দম্পতী সংগীতা দত্ত-ৱালিউল ইছলামৰ বিপদ নিশ্চিত !

  • ডা০ সংগীতা দত্ত-ৱালিউল ইছলামৰ বিৰুদ্ধে আই পি চি ৩৭৬(ক) আৰু (খ) নং ধাৰাত আৰোপ।

  • পক্সো আইনৰ ৬নং ধাৰাত দোষী সাৱ্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ‘ব।

  • পক্সো আইনৰ ৬নং ধাৰাত দুয়োৰে বিৰুদ্ধে চলিব গোচৰ।

  • বৃহস্পতিবাৰে POCSOআদালতৰ চাৰ্জ ফ্ৰেম।