গুৱাহাটী

গুৱাহাটীৰ কমাৰ্চ পইণ্টৰ পৰা আটক উদ্ভণ্ড সুৰাসক্ত যুৱক

Asomiya Pratidin
  • নিশা গুৱাহাটীৰ কমাৰ্চ পইণ্টত সুৰাসক্ত যুৱকৰ উদ্ভণ্ডালি

  • বিলাসী বাহনত আহি প্রথমে উদ্ভট আচৰণ আৰু পিছত পথচাৰীক মাৰপিট

  • ৰিংকু তালুকদাৰ নামৰ এজন যুৱকৰ নেতৃত্বত উদ্ভণ্ডালিৰ অভিযোগ

  • প্রাঞ্জল বৰা নামৰ এগৰাকী সাংবাদিকক প্রহাৰ

  • ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ আটক কৰে দলটোক