গুৱাহাটী

মহানগৰীত জব্দ বুজন পৰিমাণৰ ফেঞ্চি ডাইল

Asomiya Pratidin
  • মহানগৰীত জব্দ বুজন পৰিমাণৰ ফেঞ্চি ডাইল

  • দক্ষিণগাঁও NEF আইন মহাবিদ্যালয়ৰ সমীপৰ পৰা জব্দ

  • মণিপুৰৰ এটা সৰবৰাহকাৰীৰ পৰা জব্দ ২,২৫৬টা বটল ফেঞ্চি ডাইল

  • ধৃত সৰবৰাহকাৰীটোৰ নাম হাফিজুদ্দিন

  • হাফিজুদ্দিনৰ পৰা জব্দ AS-01-DD-7799 নম্বৰৰ এখন বাহন।