dibrugarh firing 
গুৱাহাটী

নয়নপুৰত অগ্নিকাণ্ডঃ ১৫ লাখ টকাৰ সম্পত্তি ভস্মীভূত

Asomiya Pratidin

-মহানগৰীৰ নয়নপুৰত বিধ্বংসী অগ্নিকাণ্ড

-এখন ৰেষ্টুৰেণ্টত সংঘটিত হয় অগ্নিকাণ্ড

-শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্রপাত হোৱাৰ সন্দেহ

-জুইত জাহ গ’ল প্রায় ১৫ লাখ টকাৰ সা-সম্পত্তি

-স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত জুই