গুৱাহাটী

মহানগৰীৰ পানবজাৰত বিধ্বংসী অগ্নিকাণ্ডঃ জুইত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী

Asomiya Pratidin
  • মঙলবাৰে পুৱা মহানগৰীৰ পানবজাৰত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড।

  • পামবজাৰৰ ব্যৱসায়িক-প্রতিষ্ঠানত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

  • সকলোৰে পৰিচিত চিল্কালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে ।

  • অগ্নিকাণ্ডত ভস্মীভূত হৈছে লক্ষাধিক টকাৰ সা-সামগ্রী।

  • শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।

  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে।