গুৱাহাটী

গায়ত্ৰী সোনোৱালৰ আত্মীয়ৰ ঘৰৰ পৰা ওলাইছে লাখে লাখে টকা

Asomiya Pratidin
  • বজালী কাণ্ডৰ অন্যতম খলনায়িকা গায়ত্ৰী সোনোৱালৰ আত্মীয়ৰ বাসগৃহত চিআইডিৰ তালাচী।

  • এক সূত্ৰ মতে বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বিশাল পৰিমাণৰ ধন।

  • মহানগৰীৰ বেলতলাৰ জিলমিল পথত থকা এই বাসগৃহত বৰ্তমানেও চলি আছে অভিযান।

  • বজালীৰ গ্ৰেপ্তাৰ হোৱা আৰক্ষী অধীক্ষকৰ বিফকেচটো উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ ধন।

  • আৰক্ষীৰ বিশাল দলে চলাই আছে এই অভিযান।

  • উল্লেখ্য কিছুদিন পূৰ্বেও এইগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ মাতৃৰ গৃহত অভিযান চলাইছিল চি আই ডিয়ে।