গুৱাহাটী

গুৱাহাটীত আম আদমি পাৰ্টীৰ নেতা সোমনাথ ভাৰতীৰ সংবাদমেল

asomiyapratidin
  • গুৱাহাটীত আম আদমি পাৰ্টীৰ নেতা তথা দিল্লীৰ বিধায়ক সোমনাথ ভাৰতীৰ সংবাদমেল।
  • বিজেপি চৰকাৰক সমালোচনা নেতাজনৰ।
  • 'নিজ প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ।'
  • তেওঁৰ মতে, বিকাশৰ কথা কৈ চৰকাৰ গঠন কৰিছিল বিজেপিয়ে।
  • 'এতিয়া বিকাশ অসম আৰু দেশৰ কতোৱেই নাই।
  • 'শিক্ষাৰ ক্ষেত্ৰতো পৰিৱৰ্তন আনিব পৰা নাই বিজেপিয়ে।'
  • আম আদমি পাৰ্টীৰ চৰকাৰ অহাৰ পিছত দিল্লীত উন্নতি হৈছে বুলি মন্তব্য তেওঁৰ।
  • বিধায়কজনৰ মতে, মন্ত্ৰী-বিষয়াৰ বিদেশ ভ্ৰমণৰ পৰিৱৰ্তে বিদ্যালয়ৰ প্ৰধান শিক্ষকক অধ্যয়নৰ বাবে পঠিয়াইছে তেওঁলোকে।