শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ নামত গুৱাহাটীৰ যুৱতীক কোটি টকাৰ প্ৰৱঞ্চনা 
গুৱাহাটী

শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ নামত গুৱাহাটীৰ যুৱতীক কোটি টকাৰ প্ৰৱঞ্চনা

Asomiya Pratidin
  • গুৱাহাটী মহানগৰীত শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ নামত প্ৰৱঞ্চনা।

  • ৰিহাবাৰীৰ এগৰাকী যুৱতীৰ সৈতে সংঘটিত হৈছে ঘটনা।

  • প্রৱঞ্চকৰ জালত পৰি ১.৩ কোটি টকাৰ বিনিয়োগ যুৱতীগৰাকীৰ।

  • কেইবাটাও কিস্তিত ধন পৰিশোধ কৰিছিল যুৱতীগৰাকীয়ে।

  • জালিয়াতি ধৰা পৰাত আৰক্ষীৰ অপৰাধ শাখাত অভিযোগ যুৱতীগৰাকীৰ।

  • আৰক্ষীৰ তৎপৰতাত ২৮,৬২,০০০ টকা উদ্ধাৰ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ অপৰাধ শাখাৰ তদন্ত অব্যাহত।