গুৱাহাটী

গুৱাহাটীৰ জয়ানগৰৰ পৰা সন্ধানহীন এজন লোক

Asomiya Pratidin
  • গুৱাহাটীৰ ছয়মাইল জয়ানগৰৰ পৰা সন্ধানহীন হৈছে জাহিদ খান ওৰফে দাৰা নামৰ এজন লোক।

  • সোমবাৰে বিয়লি পায় ৩.৩০বজাত ঘৰৰ পৰা ওলাই গৈছিল জাহিদ খান।

  • ওলাই যাওঁতে ঘৰত এৰি থৈ গৈছিল নিজৰ মোবাইল ফোন আৰু এখন চিঠি।

  • কিছুদিনৰ পৰা পাৰিবাৰিক সমস্যা, মানসিক অশান্তিত ভুগি আছিল জাহিদ খান।

  • লোকজনৰ সন্ধান পালে ৭০০২৩৯৮২৭৫নম্বৰত জনাবলৈ অনুৰোধ জনাইছে পৰিয়ালে ।