গুৱাহাটী

গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী চলাচলত ব্যাঘাত

Asomiya Pratidin
  • গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী চলাচলত ব্যাঘাত।

  • বতাহৰ ফলত ফেৰীঘাটত ভাগি পৰিল তিনিটাকৈ ৰেম্প।

  • ফেৰীঘাটত যাত্রীৰ মাজত হাহাকাৰ অৱস্থা।

  • আটাইকেইটা পাৰঘাটতে আৱদ্ধ শ শ যাত্রী।

  • ক্ষিপ্রতাৰে ৰেম্প পুনৰ ৰ্নিমাণত ব্যস্ত জল পৰিবহণ কৰ্মী।