গুৱাহাটী

এছিয়ান গেমছৰ প্রতিনিধিত্বক শুভেচ্ছাঃ গুৱাহাটী প্রেছ ক্লাবৰ বিশেষ কাৰ্যসূচী

Asomiya Pratidin
  • গুৱাহাটী প্রেছ ক্লাবৰ উদ্যোগত শনিবাৰে পুৱাই অনুষ্ঠিত কৰা হয় "ৰাণ ফৰ প্ৰাইড" (RUN FOR PRIDE) কাৰ্যসূচী।

  • এছিয়ান গেমছত প্রতিনিধিত্ব কৰা ভাৰতীয় খেলুৱৈক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যেৰে আয়োজন কৰা হয় এই কাৰ্যসূচীৰ।

  • এই কাৰ্যসূচী গুৱাহাটী প্রেছ ক্লাবৰ বাকৰিৰ পৰা আৰম্ভ কৰা হয়।

  • প্রেছ ক্লাবৰ পৰা নেহৰু ষ্টেডিয়াম হৈ পুনৰ প্রেছ ক্লাবলৈ উভতি যায় ৰাণ ফৰ প্ৰাইডত অংশগ্ৰহণ কৰা সদস্যসকল।

  • কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহু সংবাদকৰ্মীয়ে।