গুৱাহাটী

বিজয়া দশমীৰ দিনা পানীৰ পাইপ ফুটি হাতীগড় চাৰিআলীত অবৰ্ণনীয় পৰিস্থিতি

Asomiya Pratidin
  • মহানগৰীৰ জু-ৰোডৰ হাতীগড় চাৰিআলিত অঘটন।

  • পানীৰ পাইপ ফুটি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি অঞ্চলটোত।

  • দিনৰ প্ৰায় ১.৪০ বজাত সংঘটিত এই অঘটন।

  • হাতীগড় চাৰিআলিৰ পৰা ৰেলৱে কলনীলৈ যোৱা পথচোৱাত যান-বাহনৰ যাতায়ত ব্যহত।