গুৱাহাটী

ৰুক্মিণীগাঁৱত চাৰিচকীয়াই চোচৰাই নিলে স্কুটী আৰেহীক

Asomiya Pratidin

গুৱাহাটীত hit and run ৰ ঘটনা

ৰুক্মিণীগাঁও ট্ৰেফিক পইণ্টৰ ওচৰত এই ঘটনা

এখন চাৰিচকীয়া বাহনে স্কুটী আৰোহীক খুন্দিয়াই বহুদূৰলৈ চোচৰাই নিয়াৰ অভিযোগ

AS DN 09 Q 4808 নম্বৰৰ চাৰিচকীয়া বাহনখন চলাই আহিছিল এগৰাকী মহিলাই

স্কুটী আৰোহীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰা মহিলাগৰাকীৰ গাড়ীৰ ক্ষতিসাধন কৰে ৰাইজে

সম্প্ৰতি দিছ্পুৰ থানাত আছে মহিলাগৰাকী।