যোৰাবাট আৰক্ষীৰ জালত ৩৫ টা গৰুসহ দুই সৰবৰাহকাৰী... 
গুৱাহাটী

যোৰাবাট আৰক্ষীৰ জালত ৩৫ টা গৰুসহ দুই সৰবৰাহকাৰী...

Asomiya Pratidin
  • ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ।

  • পুনৰ যোৰাবাট আৰক্ষীৰ জালত পৰিল গৰু কঢ়িয়াই অনা ট্রাক।

  • পুৱতি নিশা ট্রাকসহ জব্দ ৩৫টা চোৰাং গৰু।

  • ধেমাজিৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰিছিল এই চোৰাং গৰুকেইটা।

  • আৰক্ষীয়ে আটক কৰিছে দুই সৰবৰাহকাৰীক।

  • আটক হোৱা দুই সৰবৰাহকাৰী ক্ৰমে আক্রামিন হুছেইন আৰু মুস্তাফা আলী।

  • আৰক্ষীয়ে জব্দ কৰা ট্রাকখনৰ নম্বৰ NL01-AB4928।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।