খানাপাৰত এখন ট্ৰেইলাৰে মহতিয়াই নিলে ৪ খনকৈ বাহন... 
গুৱাহাটী

খানাপাৰত এখন ট্ৰেইলাৰে মহতিয়াই নিলে ৪ খনকৈ বাহন...

Asomiya Pratidin
  • মহানগৰীৰ খানাপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • এখন ট্ৰেইলাৰে মহতিয়াই নিলে কেইবাখনো বাহন।

  • যোৰাবাটৰ পৰা খানাপৰা অভিমুখী আছিল ট্ৰেইলাৰখন।

  • ট্ৰেইলাৰখনে এখন এল্ট', এখন ইকৌ, এখন ইন'ভাকে ধৰি মুঠ ৪ খন বাহনক ক্ষতিগ্ৰস্ত কৰে।

  • দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেইলাৰখনৰ নম্বৰ ইউ পি ৫৩ ই টি ৬১৬১।

  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

  • সৌভাগ্যক্ৰমে ঘটনাত হতাহতি হোৱা নাই এজনো লোক।