দীপাৱলী উপলক্ষে বন্ধ ঘোষণা কামৰূপ (ম) জিলা প্ৰশাসনৰ।
পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে।
অহা ১ নৱেম্বৰত কামৰূপ (ম) জিলা বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে।
জিলা প্ৰশাসনে জাননী নং e file No 222764/133 যোগে এই কথা ৰাজহুৱা কৰিছে।
উক্ত দিনটোত কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী কাৰ্যালয় তথা শিক্ষানুষ্ঠান আদি বন্ধ থাকিব।