চানমাৰিৰ অমিয়নগৰত ভূমিস্খলন.... 
গুৱাহাটী

চানমাৰিৰ অমিয়নগৰত ভূমিস্খলন....

Asomiya Pratidin
  • গুৱাহাটী মহানগৰীত পুনৰ ভূমিস্খলনৰ ঘটনা।

  • চানমাৰিৰ অমিয় নগৰত সংঘটিত হৈছে এই ঘটনা।

  • পাহাৰৰ মাটি খহি ক্ষতিগ্ৰস্ত এটা বাসগৃহ।

  • ইয়াৰ পূৰ্বেও বিগত দিন কেইটাত মহানগৰীৰ ভিন্ন স্থানত সংঘটিত হৈছে অনুৰূপ ঘটনা।

  • লালগণেশত ভূমিস্খলনৰ ফলত নিহত হৈছিল এটি শিশু।

  • প্ৰশাসনেও ভূমিস্খলন প্ৰবণ কেইবাটাও স্থান চিনাক্ত কৰিছে।

  • এই অঞ্চলসমূহৰ ৰাইজক সতৰ্ক কৰি দিছিল প্ৰশাসনে।