মহানগৰীত বাহনৰ খুন্দাত আহত নাহৰফুটুকী... 
গুৱাহাটী

মহানগৰীত বাহনৰ খুন্দাত আহত নাহৰফুটুকী...

Asomiya Pratidin
  • মহানগৰীত বাহনৰ খুন্দাত আহত নাহৰফুটুকী।

  • ভঙাগড় পাহাৰত সংঘটিত হৈছে এই ঘটনা।

  • ভঙাগড়ৰ পৰা কাহিলীপাৰালৈ যোৱাৰ পথত বাঘটোক খুন্দা মাৰে বাহনে।

  • ঘটনা সন্দৰ্ভত অৱগত হৈ বন বিভাগৰ লোক উপস্থিত হয় গৈ ঘটনাস্থলীত।

  • আহত নাহৰফুটুকীটোক উদ্ধাৰ কৰিছে বন বিভাগে।

  • জানিব পৰা মতে অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ গৈ নাহৰফুটুকীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।