২৬ মাৰ্চত গুৱাহাটীত স্থানীয় বন্ধ ঘোষণা... 
গুৱাহাটী

২৬ মাৰ্চত গুৱাহাটীত স্থানীয় বন্ধ ঘোষণা...

Asomiya Pratidin
  • ২৬ মাৰ্চত গুৱাহাটীত স্থানীয় বন্ধ ঘোষণা।

  • দৌল যাত্ৰা আৰু ফাকুৱা উপলক্ষে এই বন্ধ ঘোষণা।

  • অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে নিৰ্দেশনা।

  • সকলো চৰকাৰী কাৰ্যালয়, স্কুল, কলেজ বন্ধ থাকিব সেই দিনটোত।

  • বন্ধ থাকিব সকলো চৰকাৰী বিত্তীয় প্ৰতিষ্ঠান যেনে বেংক আদিও বন্ধ থাকিব।