গুৱাহাটী

বিশিষ্ট সাহিত্যিক তৰেণ বড়োলৈ ৰাষ্ট্ৰীয় বঁটা

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিশিষ্ট সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োক প্ৰদান কৰা হ'ব ৰাষ্ট্ৰীয় বঁটা। ভাষা- সাহিত্য তথা সমাজৰ অৱহেলিত শ্ৰেণীৰ বিকাশৰ ক্ষেত্ৰলৈ সাহিত্যৰ মাধ্যমেৰে তেখেতে আগবঢ়োৱা অৱদানৰ বাবে তেঁওক এই সন্মানেৰে সন্মানিত কৰা হ'ব।

২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট সাহিত্যিকগৰাকীক।