গড়চুক আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী... 
গুৱাহাটী

গড়চুক আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী...

Asomiya Pratidin
  • পুনৰ গুৱাহাটী মহানগৰীত জব্দ নিষিদ্ধ ড্ৰাগছ।

  • গড়চুক আৰক্ষীৰ অভিযানত জব্দ এই ড্রাগছখিনি।

  • মুঠ ২০টা কণ্টেইনাৰত ২৬.০৫ গ্রাম হেৰ’ইন জব্দ।

  • হেৰ’ইনসহ জান আলী নামৰ এটা সৰবৰাহকাৰীক আটক।