মহানগৰীৰ নালাপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : এজন নিহত  
গুৱাহাটী

মহানগৰীৰ নালাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা : এজন নিহত

Asomiya Pratidin
  • মহানগৰীৰ নালাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

  • দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী লোক

  • নিহত লোকগৰাকীৰ নাম নুৰ বাহাদুৰ চেত্ৰী

  • নিহত নুৰ বাহাদুৰ চেত্ৰীক অচিনাক্ত বাহনে খুন্দিয়াই পলায়ন কৰে

  • প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি আৰক্ষীৰ বাহনে খুন্দিয়াইছে নুৰ বাহাদুৰ চেত্ৰীক

  • দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নালাপাৰাত

  • সম্প্ৰতি জি এম চি এইছলৈ প্ৰেৰণ কৰা হৈছে নুৰ বাহাদুৰ চেত্ৰীৰ মৃতদেহ ।