চন্দ্ৰপুৰত ৰে'লে মহটিয়াই নিলে ৬ টাকৈ পশুধনঃ নিহত গৰাকী... 
গুৱাহাটী

চন্দ্ৰপুৰত ৰে'লে মহটিয়াই নিলে ৬ টাকৈ পশুধনঃ নিহত গৰাকী...

Asomiya Pratidin
  • গুৱাহাটী মহানগৰীৰ কাষৰীয়া চন্দ্ৰপুৰত ৰে'ল দুৰ্ঘটনা।

  • নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত এজন।

  • গৰু এৰাল দিবলৈ যোৱাৰ সময়তে এই ঘটনা।

  • ৰে'লখনে মহটিয়াই নিয়ে ৬ টা পশুধনো।

  • ঠাকুৰকুচি ৰে’ল ষ্টেচনৰ সমীপত এই দুৰ্ঘটনা।