ধাৰাপুৰত দৰ্শকৰ ওপৰত ভাঙি পৰিল পেণ্ডেলঃ আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান 
গুৱাহাটী

ধাৰাপুৰত দৰ্শকৰ ওপৰত ভাঙি পৰিল পেণ্ডেলঃ আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান

Asomiya Pratidin
  • ধাৰাপুৰত বিহুৰ অনুষ্ঠানৰ মাজতে অঘটন।

  • ধুমুহা বতাহত বিহুৰ পেণ্ডেল ভাঙি পৰিল দৰ্শকৰ ওপৰত।

  • বহু লোক আবদ্ধ হৈ পৰে পেণ্ডেলৰ তলত।

  • ফলত অভাৱনীয় পৰিবেশ ধৰাপুৰ বিহুস্থলীত।

  • ধাৰাপুৰত আছিল আজি জুবিন গাৰ্গৰ সংগীতৰ অনুষ্ঠান।

  • বাদ্যযন্ত্ৰ শিল্পীসকলে মঞ্চত উঠি বাদ্যযন্ত্ৰ সাজু কৰি থকাৰ সময়তে এই অঘটন।

  • সকলোৰে মাজত হাহাকাৰ ময় পৰিস্থিতি।