মহানগৰীৰ ফটাশিল আমবাৰী আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান... 
গুৱাহাটী

মহানগৰীৰ ফটাশিল আমবাৰী আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান...

Asomiya Pratidin
  • মহানগৰীৰ ফটাশিল আমবাৰী আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান।

  • অভিযানত ১২ জুৱাৰীক গ্রেপ্তাৰ আৰক্ষীৰ।

  • মানপাৰাৰ অনন্ত কছাৰী পথৰ এটা বাসগৃহত চলিছিল অভিযান।

  • জুৱা খেলি থকা অৱস্থাতে গ্রেপ্তাৰ আটাইকেইজনক।

  • গ্রেপ্তাৰ হোৱা কেইজনৰ পৰা উদ্ধাৰ নগদ ডেৰ লক্ষাধিক টকা।