মহানগৰীত পুনৰ ফুটিল পাইপঃ তিনিজন আহত, তিনিখন বাহনৰ ক্ষতি... 
গুৱাহাটী

মহানগৰীত পুনৰ ফুটিল পাইপঃ তিনিজন আহত, তিনিখন বাহনৰ ক্ষতি...

Asomiya Pratidin
  • পুনৰ মহানগৰীত পানীৰ পাইপ বিস্ফোৰণ।

  • বিস্ফোৰণত আহত এগৰাকী যুৱতীসহ দুই যুৱক।

  • আহত যুৱতীগৰাকীক জি এম চি এইছলৈ প্ৰেৰণ।

  • ঘটনাত ক্ষতিসাধন হৈছে এখন চুইফ্ট, এখন অটোৰ সৈতে আন এখন বাহন।

  • আহত যুৱক দুজন ক্ৰমে ৰাজু কলিতা, দেৱজিত শৰ্মা।

  • আহত যুৱতীগৰাকী ৰীণা টাইড।

  • এই ঘটনা বৰবাৰীৰ মেগজিনৰ ৰাজপথত সংঘটিত হৈছে।

  • ক্ষতিগ্ৰস্ত চুইফ্ট ডিজায়াৰ নম্বৰ এ এছ ০১ ডি ৱাই ৩৯৫০।

  • ক্ষতিগ্ৰস্ত হোৱা অটোখনৰ নম্বৰ এ এছ ০১ কে চি ১৩৪০।