গুৱাহাটী

ৰাজ্যৰ প্ৰশাসনত ৰদ-বদলঃ প্ৰনৱ জ্য়োতি গোস্বামীক চিপিআৰঅ' হিচাপে নিযুক্তি

Asomiya Pratidin
  • ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল ।

  • চিআইডিৰ আৰক্ষী অধীক্ষক প্ৰনৱ জ্য়োতি গোস্বামীক অসম আৰক্ষীৰ চিপিআৰঅ' হিচাপে নিযুক্তি দিয়া হৈছে ।

  • ১০ জুলাইত অসম চৰকাৰৰ গৃহ মন্ত্ৰাণালয়ে জাৰি কৰিছে এই সন্দৰ্ভত নিৰ্দেশনা ।

  • তৎতকালীনভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা ।